মৃদুল কুমাৰ গগৈ
বেলি আৰু বতাহ
উৰুৱাই আনিছে নিৰ্বাচনী বতৰা
পাহি মেলি স্মৃতি , গহৰা ডালতে ৰৈ , বহাগ
তাহানিৰ
বাটৰুৱা ।
লৈ থব খুজি কথাবোৰ , মন মাটি আঁচনি
হাতত ডাঙৰ মোবাইল লৈ , নাম তালিকা
ঐক্যতানৰ বান্ধোনেৰে চোতালত , এঘড়ী যুঁজলৈ
শনিবৰীয়া বজাৰতে মলঙিব লাগিব নেকি
শস্যৰ পথাৰতেই গজালি মেলি
নিয়ে দূৰলৈ উৰুৱাই
ৰ’দ বৰষুণ , জাপি টোকুৰি মিনি , নিৰ্বাচনী বতাহ
কেঁচা চাহপাতৰো গোন্ধ , হিংৰি জান বাগিচাৰ ফেক্টৰী বজাৰ
বজাৰো … উদং হৈ পৰি থকা পথাৰবোৰ …
পথাৰো আমাৰ
সুৰে সুৰে মাটিয়ে খনাৰ তৰা
দলনি পথাৰৰ টিহিতি তিনিটি আঙুলি বতাহতে
চ’তৰ চাপৰিত গজি উঠিছে ইপাৰে
সিপাৰে সৰুপাই ওজাৰ চাপৰ
বা বলে নিৰ্বাচনী বহাগী বতৰা
যাওঁনে পাৰ হৈ মিতং
নাচনী পৰুৱা এটা আজিও নাচি উঠে
শেষ বহাগৰ ভৰ দুপৰীয়া
লৰালিৰ পৰুৱা আৰু স্মৃতিৰ দুপৰ
পাহাৰীয়া ৰাতি এটাৰো যে
বনৰীয়া পৰুৱাই দেখুৱাই নিয়া বাট এটাৰে গৈ ,
ওপৰলৈ থিয় … হো – হোৱনি
তয়াময়া যুঁজ
বৃদ্ধ বৃক্ষ আৰু বতাহ অৰণ্য
#
আশ্বাসত কৈয়ো ওখ তৰা , ঢেঁকীয়া লতা
একা বেঁকা হাবিতলিয়া ঝিলিৰ আৰাও
#
বাক বিতণ্ডাৰ আকাশত উৰি ফুৰা চকী বোৰ ভোটাৰৰ
ফলাফল শূণ্য বতাহ , বৰষুণ
বাড়নি
বিবেক
#
ভঙা দলং খনৰ ওপৰেদি আহে
ৰাস্তাত উঠে
#
এইফালেও এখন নদী আছে।
