শৈশৱ কুমাৰ দত্ত, ধেমাজি

ভ্ৰাম্যভাষ-৯৪৩৫০৮৮৭৭৭


: দুপৰ ৰাতি
তোমাৰ তালৈ যাম
আন্ধাৰ কোঠালিত
বহলাই পাৰিবা পাটি
ওৰেটো ৰাতি কটাম

:আজি জোনবাই অহাৰ কথা
খদম্‌দম মোৰ মনৰ
এন্ধাৰ কোঠা।