যাত্ৰা

জোনমণি হাজৰিকা, ধেমাজি ভ্ৰাম্যভাষ-৭০০২৯২২৪৭৪ বাখৰুৱা সপোনৰ স’তে ওমলিপাৰ হয় উজাগৰী ৰাতিতন্দ্রালস দুচকুতজিক্‌মিক্‌ তৰালিৰ চাকি নিৰলাত বাঁহীৰ মাতগলি…

আকাল নপৰা কালৰ ফালে…

বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই,ডিব্ৰুগড় ভ্ৰাম্যভাষ-৯৪০১৫৫২৯৭৬ ইটো নাছিল কেতিয়াও শব্দৰ সহজ ধেমালিহয়তোবা জীৱনৰ উপপাদ্যপাটিগণিতৰ এক যোগ এক সমান দুইসদায়েই…

মহাকবি কালিদাস আৰু উইলিয়াম শ্যেক্সপীয়াৰৰ কাব্য:

✍️ড° প্ৰান্তিকা শৰ্মা কবিতাৰ নানা দেশ কবিতাৰ নানা ভেশ কবিতাৰ ভাষা বিশ্বজনীন, কবিতাৰ শব্দ বিশ্বমানৱৰ হৃদয়তন্ত্রীৰ অনিৰুদ্ধ…

পৃথিৱীৰ কবি ৰাম গগৈৰ কবিতা: আৰু কিছু নেপথ্য-কথন

 ডাঃ লোহিত কুমাৰ বৰা ভ্ৰাম্যভাষ- ১৯৯৪ চনৰ শৰতকালৰ এক নিৰিবিলি আবেলি৷  লেঙেৰীৰ জগত চাংমাইৰ বাসগৃহৰ চ’ৰাঘৰত বহি…