আন্ধাৰৰ কবিতা

ভূপেন গগৈচেপন,শিৱসাগৰ আন্ধাৰতে জী আছোঁ‎আন্ধাৰতে জী থাকে ঈশ্বৰ‎প্ৰেম আৰু মৃত্যু ‎খেপিয়াই ফুৰোঁ‎ওচৰতে ক’ৰবাত হেৰাই যোৱা‎প্ৰণয়দীপ্ত উচ্ছাসৰ সাধু…