দেবানন্দ পেগু,জোনাই ভ্ৰাম্যভাষ-৯৮৬৪৮৪৮৫৫৩ আইৰ গৰ্ভত গংগাজলেৰে শুদ্ধি কৰা মোৰ এই চোলাআইৰ কোলাত অনুশীলন কৰিছোঁ ৰাস্তাবোৰ পোনাবলৈকিন্তু,কেঁকুৰাবোৰে চিধা ৰাস্তাত…
সঞ্জীৱ বসুমতাৰী।। শিমলুগুৰি ( নাৰায়ণপুৰ) ভ্ৰাম্যভাষ-৬৯০০৪১৯৫৪০ আপুনি জয়ী হ’বলৈ ধৰা খেলখনগোপনে চাই আছো আমিআৰম্ভণিৰে পৰাকি ইচ্ছা-কি দমনকি…
নিবেদিতা বড়া সন্দিকৈ,ধেমাজি ভ্ৰাম্যভাষ-৯৯৫৪২৩৫২৭৮ প্রস্তাৱনাঃজীৱনৰ নাটঘৰত ৰাইজৰ অভিনয়। সময়ে সময়ে সলনি হয় দৃশ্যপট। ছোঁ-ঘৰতৰঙা-নীলা পোছাক পিন্ধি সকলোৱে…
মেদিনী মোহন বৰুৱা,চিলাপথাৰ ভ্ৰাম্যভাষ-৭০০২৭৫০৭৭৫ সোঁৱৰণীৰ এপিয়লা চাহধূসৰিত আবেগৰ হেজাৰটা আবেলিবিষণ্ণতাৰ তুলাচনীত সঞ্চিত হয়পোৱাৰ হিচাপ… নোপোৱাৰ হুমুনিয়াহ ৰৈ…
ডাঃ মনোৰঞ্জন শৰ্মা, গুৱাহাটী ভ্ৰাম্যভাষ-৯৪৩৫৩৭০০১৬ (উপেন, হেমন্ত, প্রবুদ্ধ ললিতৰ হাতত) লুইতে ক’লে আহা দিচাংজনীয়ে লাজ লাজকৈ ভয়…
কাব্য কছাৰী, ধেমাজি ভ্ৰাম্যভাষ-৮০১১৯৩৪৫৫৪ নোম গজা ভেকুলীৰ টোৰ্টোৰণিতমলিহীন আকাশে পোহৰৰ সপোন দেখে,সমস্ত সঁপি দিয়েঅনাগত পাঁচটা বছৰৰ বাবে…
অশোক কুমাৰ দলে,ধেমাজি৯৩৬৫২৫৪০৩৫ চকুৰে আকাশখন যিমান দূৰলে দেখি সিমানেবহল নীলা বহী এখনত চিল্চিলীয়া বতাহেলচ্পচী গাভৰুৱে চকুৰ পঁতাত…
-বিশ্বজিৎ গগৈ, ধেমাজি ভ্ৰাম্যভাষ-৮০১১২৪৫৫৪৫ মোৰ ঘৰৰ আগফালে কেকুৰীটোতবুজন পৰিমাণৰ অবুজ পৰচৰ্চাসঘন বিননি ঘঁৰিয়ালৰ….হাঁহিৰ নে কান্দোনৰ কোলাহল নেজানোআন্ধাৰত…
জানমণি সঁজাতি, ধেমাজি, ভ্ৰাম্যভাষ-৯৯৫৪৩১৩১৫৫ কিহৰ লালসাৎ ৰাঙলী হয়অমৃত সন্তানজীয়া কলিজা হাতৰ মুঠিতধ্বংসস্তূপত উচুপে অবোধ শিশুআন্ধাৰত খেপিয়াইমৃত মাতৃৰ…
