ত্ৰিবেণী চিৰিং,ধেমাজি, ভ্ৰাম্যভাষ-৮৬৩৮৫৮৪৮৪৮



সাগৰ
ৰ’দ
বৰষুণ
বতাহ
বিজুলি-ঢেৰেকনি
জোন
বেলি
তৰা
হাঁহি
কান্দোন
দুখ
বেদনা
পোৱা
নোপোৱা
খং
বিৰক্তি
মান
অভিমান
দেখা
নেদেখা
যাদুকৰী
এখন
নেদেখা
পৃথিৱী ,,,,,,।