হৰেন কপ্তাক,ধেমাজি ভ্ৰাম্যভাষ-৬০০৩৯৪৮৪৫৯


যিদিনা দোপালপিটা বৰষুণ আহিছিল
তুমিয়েইচোন মোৰ আগত কৈছিলা
বৰষুণত তিতি বেয়া পাওঁ
ছাতিটো মেলি দিয়া
কিন্তু নিজেই দেখোন
এতিয়া যন্ত্ৰণাৰ বৰষুণ হৈ
হাবুডুবু খাইছা?
যি বৰষুণক হাজাৰ ছাতিৰেও
ঢাকিব পৰা নাই কিয়…?!