“আঙনি”
ত্ৰিমাষিক ই-আলোচনী
প্ৰথম বছৰ দ্বিতীয় সংখ্যা
জানুৱাৰী-মার্চ, ২০২৬
প্ৰকাশক- ধেমাজি জিলা কবি সন্মিলন

সম্পাদনা সমিতি

উপদেষ্টামণ্ডলী
নিবেদিতা বড়া সন্দিকৈ, ড°বনজিত ভট্ট, দেৱজ্যোতি কছাৰী সন্দিকৈ, বন্দনা দত্ত হাজৰিকা,দিগন্ত কাকতি,ড°কবিতা গগৈ,ড°পূৰৱী দুৱৰা,ড°প্ৰান্তিকা শৰ্মা,ৰাজুমণি বেজবৰুৱা,উজ্জ্বল পাওগাম,পাৰভেজ হুছেইন

মুখ্য সম্পাদক – নবীন কামান (অবৈ)

সম্পাদক- হেমচন্দ্ৰ কছাৰী (অবৈ)

কাৰ্যবাহী সম্পাদক
জোনমনি হাজৰিকা (অবৈ),সত্যব্ৰত গগৈ(অবৈ),ভাৰতী বসুমতাৰী (অবৈ)

ৱেবসজ্জা আৰু ব্যৱস্থাপনা
দেবানন্দ পেগু (অবৈ)

সহযোগী
মানস প্ৰতিম দত্ত(অবৈ), মিন্টু দাস (অবৈ)
প্রচ্ছদসজ্জা
নবীন কামান

অন্যান্য বিভাগীয় সম্পাদক
কন্দৰ্প তামুলী, আকাশবন্তি গগৈ,শৈল্য বুঢ়াগোঁহাই, ত্ৰিবেণী চিৰিং,অমিলতা টায়ে মিলি, ডঃ জোনালী বৰুৱা, লক্ষীপ্ৰভা কাটনি, ড° অচ্যুৎ গগৈ, নয়নদ্বীপ দত্ত,পূৰৱী কাকতি, ইনু বৰুৱা, পল্লৱী তামুলী, মেদিনী মোহন বৰুৱা, বিশ্বজিত গগৈ, জানমণি সঁজাতী

শ্ৰদ্ধাৰ লেখকসকলৰ প্ৰতি অনুৰোধ

– প্ৰৱন্ধসমূহ কবিতা সম্পৰ্কীয় হ’ব লাগিব

অনুবাদ কবিতাৰ লগত মূল কবিতাটো প্ৰেৰণ নকৰিলেও হ’ব ।
প্ৰবন্ধ আৰু কবিতাসমূহৰ লগত নিজৰ নাম, ঠিকনা আৰু ভ্ৰাম্যভাষ প্ৰেৰণ কৰিব লাগিব ।
লিখনিসমূহ ম’বাইলত টাইপ কৰি প্ৰেৰণ কৰিলে সুবিধা হয়।
নিজৰ লগত প্ৰতিলিপি ৰাখিহে আমালৈ লেখা প্ৰেৰণ কৰিব ।
ফোন কৰি লিখনি প্ৰকাশৰ কথা নুসুধিলেই ভাল।
ফটো মাৰি কেতিয়াও লিখনি প্ৰেৰণ নকৰে যেন ।

প্ৰেৰণ কৰা ঠিকনা-
WhatsApp নম্বৰ: ৯৪৩৫০৮৮৭৬৯, ৯৯৫৭৫৪২০৭০,৭০০২০৬৬৪৭৬
Email

অস্থায়ী ঠিকনা
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়
বৰপাটৰীয়া, ধেমাজি
পিন- ৭৮৭০৫৭