কবিতা শৈশৱ কুমাৰ দত্ত, ধেমাজি ভ্ৰাম্যভাষ-৯৪৩৫০৮৮৭৭৭ : দুপৰ ৰাতি তোমাৰ তালৈ যাম আন্ধাৰ কোঠালিত বহলাই পাৰিবা পাটি ওৰেটো ৰাতি কটাম :আজি জোনবাই অহাৰ কথা খদম্দম মোৰ মনৰ এন্ধাৰ কোঠা।