অবুজ যন্ত্ৰনা হৰেন কপ্তাক,ধেমাজি ভ্ৰাম্যভাষ-৬০০৩৯৪৮৪৫৯ যিদিনা দোপালপিটা বৰষুণ আহিছিলতুমিয়েইচোন মোৰ আগত কৈছিলাবৰষুণত তিতি বেয়া পাওঁছাতিটো মেলি দিয়াকিন্তু নিজেই দেখোনএতিয়া যন্ত্ৰণাৰ বৰষুণ হৈহাবুডুবু খাইছা?যি বৰষুণক হাজাৰ ছাতিৰেওঢাকিব পৰা নাই কিয়…?!