দিব নোৱাৰিলোঁ ডঃ অচ্যুৎ গগৈ, ধেমাজিভ্ৰাম্যভাষ-৮৮৭৬৮৮৪৫২২ ন মাহ ন দিনকলিজা ভাঙি দিব নোৱাৰিলোঁপ্ৰেমস্নেহভালপোৱামানৱীয়তা দিনৰ পিছত ৰাতি হ’লজোন বেলি তৰা ওলালযুগৰ পিছত যুগবিৰোধসংঘাতভয়ক্ৰোধহিংসাআৰু ডাইনী হত্যা হে মানুহনিছলা- পিছলা।